September 20, 2026 12:05 PM

views 4

কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

প্রয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীয়ে ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্রহণ কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধর্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাবে সংগীত পৰিচালনা কৰিছিল। ১৯৬২ চনত তেওঁ কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কঁপালে কলৰে পাত... আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া... গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্রিয় হৈছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিত সোণাৰ ব...