March 30, 2024 9:34 PM

views 116

অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে ৰাজ্যিক নিৰ্বাচন আয়োগৰ দুখন বুজাবুজি চুক্তি

আসন্ন লোকসভা নিৰ্বাচনত ১০০ শতাংশ ভোটদান নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে আজি অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দুখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। শ্রীগোৱেলে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক অসমৰ সকলো ভোটাৰক ভোটদান সুনিশ্চিত কৰাৰ বাবে অধিক সক্রিয়ভাবে কাম কৰাৰ বাবে আহ্বান জনায়। বুজাবুজিৰ চুক্তি অনুসৰি এওঁলোকে ভোটাৰসকলক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাব...

March 30, 2024 9:00 PM

views 83

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা অব্যাহত

আসন্ন নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত শর্মাই আজি প্ৰচাৰ কাৰ্যসূচীৰ অংশ হিচাপে দৰং, ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দলটোৱে প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয় যে, ৪ এপ্ৰিলত দৰং, ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলিপ শ‍ইকীয়াই মনোনয়ন দাখিল কৰিব। আজি কেন্দ্রীয় মন্ত্রী তথা ডিব্ৰুগড় সমষ্টিৰ বিজেপিৰ প্ৰা...

March 27, 2024 6:12 PM

views 131

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ১৯ এপ্ৰিলত ৰাজ্যৰ ৫টা লোকসভা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্রশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় নির্বাচনী জিলাত নির্বাচন নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া জয়প্ৰকাশ শিৱহাৰেক সাধাৰণ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। পর্যবেক্ষকগৰাকীয়ে ৰাইজৰ নিৰ্বাচন সংক্রান্তীয় ওজৰ-আপত্তি থাকিলে 86385-45057 ম'বাইল নম্বৰত যোগাযোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। তেওঁ লগতে কোনো প্রলোভনৰ বশৱৰ্তী নোহোৱাকৈ নিজৰ বিচাৰ-বিবেচনাৰে...

March 27, 2024 6:01 PM

views 86

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনত ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী কেশৱ মহন্ত আৰু সমৰ্থকৰ উপস্থিতিত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল কৰাৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসভা সম্বোধন কৰি তপন কুমাৰ গগৈক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷ ১০ নম্বৰ কাজিৰঙা লোকসভা সমষ্টিত অন্তিম দিনা ৯ গ...