June 10, 2026 6:32 PM

views 21

চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিনামূলীয়া পৰিবহণ উদ্যম মুকলি

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিচা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহণ উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে ‘বিনামূলীয়া পৰিবহণ-সুৰক্ষা বাহন সুবিধা' নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশ...

August 3, 2025 11:09 AM

views 86

চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনা

● ৰাজ্য চৰকাৰে চাহ শ্রমিকক বোনাচ আদায় দিয়াক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। শ্রমিক কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্যসচিব জে বি এক্কাই কালি প্ৰতিখন জিলা আয়ুক্তলৈ জাৰি কৰা নিৰ্দেশনাত সমাগত দুর্গা পূজাৰ প্ৰতি লক্ষা ৰাখি ১০ ছেপ্তেম্বৰৰ পূৰ্বে চাহ শ্রমিকক বোনাচ আদায় দিয়াটো সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি কিমান পৰিমাণৰ বা কি হাৰত বোনাচ আদায় দিয়া হ'ব এই সন্দৰ্ভত ৩১ আগষ্টৰ ভিতৰত ঘোষণাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কোৱা হৈছে। বিত্তীয় বৰ্ষ সমাপ্তিৰ ৮ মাহৰ ভিতৰত শ্ৰমিকক আইনগত বোনাচ আদায়...