July 29, 2026 7:12 PM

views 12

বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱাসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ বিশেষ ব্যৱস্থা গ্ৰহণ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণপত্ৰ নষ্ট হোৱা সকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।  এই সন্দৰ্ভত বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জাৰি কৰা এখন অধিসূচনা অনুসৰি এই জিলাকেইখনত বানত ক্ষতিগ্রস্ত ছাত্র-ছাত্রী অথবা অন্যান্য লোকক হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, মার্কশ্বিট, প্ৰৱেশ পত্ৰ আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি কোনো ধৰণৰ মাচুল ন...

May 18, 2025 11:23 AM

views 42

২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন ২৪ মে’লৈ পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰিষদৰ অধীনৰ সকলো বিদ্যালয়ত ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পঞ্জীয়ন আজিৰ পৰা ২৪ মে’লৈ পুনৰ মুকলি কৰা হ'ব বুলি ঘোষণা কৰিছে। এই অনলাইন পঞ্জীয়ন ১৫ মে'ত বন্ধ কৰি দিয়া হৈছিল। পৰিষদে নিৰ্দেশনাৰ জৰিয়তে ধন আদায় দিয়াৰ শেষ তাৰিখ ২৮ মে'লৈ আৰু চূড়ান্ত তালিকা প্ৰকাশৰ তাৰিখ ৩১ মে'লৈ বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে। ২০২৫-২৬ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা ২৪ মে’লৈ বৃদ্ধি কৰাৰ কথাও বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিছে। এই স...