October 5, 2026 8:01 PM

views 7

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

সেৱা সেতু অভিযানৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য আৰু কল্যাণ শিবিৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ লক্ষীপুৰ বিধানসভা সমষ্টিত আজি সেৱা সেতু অভিযানৰ উদ্বোধন কৰা হয়। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকে। আজি পুৱাৰে পৰা শিবিৰত সেৱাৰ ব্যৱস্থা আৰম্ভ হয়। সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত আজি খণ্ড আৰু পৌৰসভা পৰ্যায়ৰ স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ আৰম্ভ হৈছে। চৰকাৰী সেৱা আৰু আঁচনিসমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাৰ লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত ৰাইজৰ উৎসাহজনক সঁহাৰি দেখিবলৈ পোৱা যায়। ...

October 7, 2024 9:08 PM

views 36

ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প’ৰ্টেললৈ জনতাৰ ব্যাপক সঁহাৰি, ১.৪৬ কোটি আৱেদন লাভ

নাগৰিককেন্দ্ৰিক সেৱা বিতৰণ প্ৰক্ৰিয়া অধিক সুষম আৰু সহজসাধ্য কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা সেৱা সেতু প'ৰ্টেলে জনতাৰ ব্যাপক সঁহাৰি লাভ কৰিছে। মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা অনুসৰি প'ৰ্টেলটোত বৰ্তমানলৈ ৰাজ্য চৰকাৰৰ প্ৰায়বোৰ বিভাগ, সংস্থা আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহৰ ৬৩৬টা সেৱা নাগৰিকৰ বাবে উপলব্ধ কৰা হৈছে। এই প'ৰ্টেলত ৯০ শতাংশতকৈ অধিক নিষ্পত্তি হাৰৰ সফলতাৰে বৰ্তমানলৈ ১ কোটি ৪৬ লাখ আবেদন লাভ কৰা হৈছে। প'ৰ্টেলত উপলব্ধ সেৱাৰ সংখ্যা চলিত বৰ্ষত ৮০০ লৈ বৃদ্ধিৰ লক্ষ্যত উপনীত হো...