October 12, 2026 12:11 PM

views 3

সেৱা সংকল্প অভিযানৰ অধীনত ৰাজ্যজুৰি অংগন মিলন সেৱা কাৰ্যসূচী ৰূপায়ণ

সেৱা সংকল্প অভিযানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা অংগন মিলন সেৱা কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত পৰিপুষ্টিমূলক সজাগতা কাৰ্যসূচী ৰূপায়ণৰ লগতে আশাকর্মী, অংগনবাড়ী কর্মী আৰু চৰকাৰী বিদ্যালয়ৰ ৰন্ধন কর্মীসকলক এককালীন সাহায্য প্রদান কৰা হৈছে। যোৰহাটৰ টীয়ক সমজিলা প্ৰশাসন আৰু উত্তৰ পশ্চিম উন্নয়ন খণ্ডৰ যৌথ উদ্যোগত সেৱা সেতু অভিযানৰ এটা শিবিৰ কালি সফলতাৰে অনুষ্ঠিত হয়। জিলাখনৰ দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত আন এটা অনুষ্ঠানত কাকজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আশা ছুপা...