July 5, 2026 7:21 PM

views 7

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি কৰি দিছে। কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ্যসমূহলৈ মুঠ ২৫ হাজাৰ কোটি টকাৰ সাহায্য মুকলি কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয়, যে কেন্দ্ৰীয় চৰকাৰে অসমৰ উন্নয়নক সদায়ে প্রাধান্য দি আহিছে। এই আবণ্টনে অস...