September 3, 2026 12:40 PM
4
অসমৰ প্রশিক্ষিত আৰু দক্ষ নাৰ্চৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ পদক্ষেপ
ৰাজ্য চৰকাৰে অসমৰ প্রশিক্ষিত আৰু দক্ষ নাৰ্চসকলৰ বাবে ছিংগাপুৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ উদ্দেশ্যে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। এই উদ্দেশ্যে ছিংগাপুৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ অধীনত জনস্বাস্থ্য সেৱাৰ কোম্পানী এম অ এইচ এইচৰ দুজনীয়া প্রতিনিধি দলে অসম ভ্রমণ কৰি ৰাজ্যখনৰ চিকিৎসা-শিক্ষা, নাৰ্ছিং শিক্ষা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰে। এম অ' এইচ এইচৰ মুখ্য কার্যবাহী বিষয়া এন্থনী টান আৰু স্বাস্থ্য সেবা মানৱ সম্পদ বিভাগৰ সহকাৰী সঞ্চালক জেৰেমী ছেনক লৈ গঠিত দলটোৱে ভ্রমণ কালত...