August 21, 2026 7:21 PM

views 23

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড০ শৰ্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই আলোচনা ফলপ্রসূ আছিল বুলি প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীৰ অসমৰ প্রতি ইতিবাচক মনোভাৱ আৰু সমর্থনৰ বাবে প্রশংসা কৰে। মন্ত্রী শ্রী যোশীয়ে এছ এন এ- স্পর্শ ব্যৱ...