November 4, 2025 7:47 PM

views 66

ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ সংবাদ মেল

উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ এখন সংগঠিত ৰাজনৈতিক মঞ্চ গঠনৰ পৰিকল্পনাৰে আজি দিল্লীৰ কনষ্টিটিউছন ক্লাৱত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাই এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদমেলত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই উত্তৰ পূৰ্বাঞ্চলৰ শক্তিশালী ভৱিষ্যতৰ বাবে একগোট হৈ আগবঢ়াৰ কথা বিবেচনা কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে আঞ্চলিক, ৰাজনৈতিক একতা শক্তিশালী কৰাৰ প্ৰয়াস কৰা হৈছে বুলিও জানিবলৈ দিয়ে। এই সংবাদমেলত ত্ৰিপুৰাৰ টিপৰা মোথাৰ অধ্যক্ষ প্রদ্যুত বিক্রম মানিক্য দেৱবাৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ...

August 8, 2024 7:25 PM

views 61

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসম আৰু মিজোৰামৰ মাজত কাইলৈ মন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম আৰু মিজোৰামৰ মাজৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে কাইলৈ দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। মিজোৰামৰ গৃহ বিভাগে প্ৰকাশ কৰা মতে কাইলৈ বিয়লি আইজলৰ ৰাজ্যিক অতিথিশালাত এই বৈঠক অনুষ্ঠিত হ'ব। অসমৰ মন্ত্ৰী দলটোক সীমা সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই নেতৃত্ব দিয়াৰ বিপৰীতে মিজোৰামৰ দলটোক গৃহমন্ত্রী কে ছাপডাংগাই নেতৃত্ব দিব। দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলে কাইলৈ এই সন্দৰ্ভত এখন সংবাদমেলো সম্বোধন কৰিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রী লালডোমহা নেতৃত্বাধীন জুৰাম পিপলছ মুভমেণ্ট দল ...