October 11, 2026 11:49 AM

views 3

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৪৩৯ গৰাকী প্রার্থীক আনুষ্ঠানিকভাবে নিযুক্তি পত্র প্রদান কৰিব

ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৪৩৯ গৰাকী প্ৰাৰ্থীক আজি চৰকাৰে আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই উপলক্ষে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। এই অনুষ্ঠানত সমবায় বিভাগৰ কাৰ্যালয় সহায়ক পদত ১৫০ গৰাকী, সহকাৰী শাখা প্ৰৱন্ধক পদত ১২৫ গৰাকী প্রার্থীক নিযুক্তি পত্র প্ৰদান কৰা হ'ব। শ্রম কল্যাণ বিভাগত ই এচ আই চি আঁচনিৰ অধীনত ১২ গৰাকী বীমা চ...