August 9, 2026 11:26 AM
3
বানৰ পাছত হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পর্যালোচনা সভা
বানৰ পাছত হ'ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে সমন্বিতভাৱে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত কালি জনতা ভৱনত এখন পর্যালোচনা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বান পৰিস্থিতি আৰু জনস্বাস্থ্যৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ পৰ্যালোচনা কৰা হয়। সভাত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পাল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ...