October 2, 2026 10:38 AM
3
ভি আই পিৰ কনভয়ক লৈ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিশেষ নির্দেশনা
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সকলো জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকললৈ ভি আই পিৰ কনভয়ক লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ভি আই পিৰ কনভয়ৰ বাবে কোনো কাৰণতে এম্বুলেন্স, অগ্নিনির্বাপক সেৱাৰ বাহন আৰু আন জৰুৰীকালীন সেৱাৰ বাহন আবদ্ধ কৰি ৰাখিব নোৱাৰিব। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি যিকোনো কনভয় গৈ থকাৰ সময়ত এম্বুলেন্স, অগ্নিনির্বাপন সেৱাৰ বাহন আৰু আৰক্ষীৰ সঁহাৰি গোটৰ বাহনৰ দৰে জৰুৰীকালীন সেৱাৰ বাহনসমূহক সকলো সময়তে চলাচলৰ অনুমতি প্রদান কৰিব লাগিব। যান-বাহন আৰক্ষীয়ে ভি আই পিৰ কনভয় সুকলমে অতিক্ৰম ...