August 9, 2026 11:39 AM
4
ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ
ৰাজ্য চৰকাৰে ভঙা মথাউৰিসমূহ শক্তিশালী ৰূপত নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পদক্ষেপ ল'ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দৰং জিলাৰ মঙলদৈ ৰাজহ চক্ৰৰ ঔতলা পঞ্চায়তৰ বেংগাবড়াৰ বানপীড়িত অঞ্চলৰ পৰিস্থিতিৰ বুজ লৈ কালি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে ৰাজ্য চৰকাৰে বৈজ্ঞানিকভাৱে বান সমস্যা সমাধান কৰিব বিচাৰে। তেওঁ লগতে ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহক একেলগে কাম কৰি বিষয়টো উদ্ভাৱনমূলক স্থায়ী সমাধান উলিয়াবলৈ আহ্বান জনায়। মুখ্যমন্ত্রী...