October 19, 2026 12:58 PM
4
ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকক অর্থনৈতিকভাৱে স্বাৱলম্বীৰ লক্ষ্যৰে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ
ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে শেহতীয়াকৈ ভালেসংখ্যক গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে প্ৰকাশ কৰি কয়, যে কৃষকসকলৰ বাবে ঋণ লাভৰ সুবিধা বৃদ্ধি, কৃষি আন্তঃগাঁথনিৰ উন্নয়ন আৰু বজাৰৰ সৈতে কৃষিৰ সংযোগ সুদৃঢ় কৰাকে ধৰি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে ৰিজ'লিউচন ফ্রেম ৱৰ্কৰ অধীনত ৩ লাখ ৪৯ হাজাৰ কিষাণ ক্রেডিট কার্ড একাউণ্টৰ লক্ষ্য লোৱা হৈছে আৰু এই ব্যৱস্থাৰ অধীনত ...