June 14, 2026 7:28 PM

views 21

আগষ্টৰ প্ৰথম সপ্তাহৰপৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাবে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ফেচবুক লাইভযোগে এই কথা প্রকাশ কৰে। তদুপৰি সুলভ মূল্যত চেনী, ডাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূর্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে কয়। গুৱাহাটীৰ ৰিং ৰোডৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে আৰু কাজিৰঙাৰ এলিভেটেড কৰিড'ৰৰ নিৰ্মাণৰ বাবে নিবিদা প্রক্রিয়া আৰম্ভ ...