September 18, 2026 12:14 PM

views 25

সেৱা সমর্পন মাহৰ অধীনত ৰাজ্যৰ ৮৩,২১৯ গৰাকী যুবক-যুবতীলৈ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আর্থিক সাহায্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন তথা গুজৰাটৰ মুখ্যমন্ত্রী আৰু প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা সেৱা সমর্পন মাহৰ প্ৰথমটো কাৰ্যসূচী হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি ৰাজ্যৰ ৮৩,২১৯ গৰাকী উদ্যমী যুৱক-যুৱতীক আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আর্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত অংশ লৈ ড° শৰ্মাই যুব শক্তিক আত্মনিৰ্ভৰ অসমৰ আটাইতকৈ বৃহৎ শক্তি বুলি অভিহিত কৰে। মুখ্যমন্ত্রীয়ে কয়, যে...