April 27, 2025 8:59 PM

views 26

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি কৰে। পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত ড০ লীলা গগৈ উৰণ সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে। ৫৬ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ড০ লীলা গগৈ উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬১৫ মিটাৰ। ৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নির্মাণ কৰা বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৪৫০ মিটাৰ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল,...

April 27, 2025 11:05 AM

views 48

ডিব্ৰুগড়ত দুখন উৰণ সেতু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত দুখন উৰণ সেতু মুকলি কৰিব। পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত নৱনিৰ্মিত ড০ লীলা গগৈ উৰণ সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰা হ'ব। ৫৬ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ড০ লীলা গগৈ উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৬১৫ মিটাৰ। ৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাগ্মীবৰ নীলমণি ফুকন উৰণ সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় ৪৫০ মিটাৰ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্...