September 13, 2026 12:35 PM
6
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ চিনামৰা ৰে’লৱে উৰণ সেতু উদ্বোধন
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰা ৰে'লৱে উৰণ সেতু উদ্বোধন কৰে। চিনামৰা ৰে'লৱে উৰণ সেতুৰ উদ্বোধণৰ লগে লগে দক্ষিণ যোৰহাটৰ লগতে তিতাবৰ আৰু মৰিয়ণিৰ জনসাধাৰণৰ নগৰখনৰ সৈতে যোগাযোগৰ পথ সুচল হৈ পৰিব। যোৰহাট-মৰিয়নি-মোককচাং পথৰ ওপৰত ৬৫ কোটি ২০ লাখ টকা ব্যয়েৰে নিৰ্মিত দুটা লেনযুক্ত এই ৰে'লৱে অভাৰ ব্ৰীজখনৰ মুখ দৈর্ঘ্য ৫৪৫ মিটাৰ। তেওঁ কিছুসময়ৰ পাছত চিনামৰাৰ নৱনির্মিত জিলা আয়ুক্তৰ সংহত কার্যালয় মুকলি কৰিব। তিনিদিনীয়া ভ্রমণসূচীৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে আজি লুইতপৰীয়া মিচিং উচ্চ...