June 14, 2026 11:39 AM

views 25

শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ

শিলিগুড়ি-শিলচৰ সংযোগী পথ নিৰ্মাণৰ কাম চলি আছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী চৰকাৰৰ ১২ বছৰীয়া সফল কার্যকালৰ বাবে কালি গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদগোষ্ঠীৰ সম্পাদকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী ড০ শৰ্মাই এই কথা প্রকাশ কৰে। ৰাজ্যত ৰূপায়ণ হ'বলগীয়া উন্নয়নমূলক প্রকল্প আৰু পথ যোগাযোগ পৰিকল্পনাৰ বিষয়ে সদৰী কৰি তেওঁ কয়, যে গুৱাহাটী-তিনিচুকীয়াৰ মাজত এক্সপ্ৰেছ ক'ৰিড'ৰ নিৰ্মাণ কৰা হ'ব। তেওঁ লগতে বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ শীঘ্ৰে চাৰিটা লেনযুক্ত...