September 13, 2026 7:09 PM

views 3

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ চিনামৰাত নৱনির্মিত জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ চিনামৰাত নৱনির্মিত জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰে। ৫৩ বিঘাৰো অধিক ভূমি সামৰি ৪৯ কোটি ৬২ লাখ টকা ব্যয়ৰে এই ভৱনটো নিৰ্মাণ কৰা হৈছে। এই ভৱনটোত ১৫১ খন আসনযুক্ত প্রেক্ষাগৃহ, ৬০ খন আসনযুক্ত সভাগৃহ, ৫০ কিলোৱাট সৌৰশক্তি ব্যবস্থা, পর্যাপ্ত পার্কিং আৰু কৰ্মচাৰীৰ আৱাসিক সুবিধা ৰখা হৈছে। এই উপলক্ষে আয়োজিত মুকলি সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে যোৰহাটবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰি কয়, যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশৰ বাবে পষেক কাৰ্যসূচীৰ অধীনত এই ভৱনটোৰ আধা...