September 18, 2026 9:08 PM

views 19

বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সম্মিলনত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, যে দ্রুত পৰিৱৰ্তিত অর্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশালী কৰি তুলিছে। সেয়ে অসমৰ সংযোগ ক্ষেত্রত উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ, দক্ষ মানৱ সম্পদ সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যখনত উদ্যোগপতিসকলক বিনিয়োগ কৰিবলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ-পূবৰ স...