August 18, 2024 7:31 PM

views 25

অসমক ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপ

অসম চৰকাৰে ৰাজ্যখনত ২০২৬ চনৰ ভিতৰত দেশৰ দক্ষতা ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি কয় যে, অত্যাধুনিক ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠান আৰু দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাম অব্যাহত আছে। ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ দক্ষতা আৰু নিয়োগ যোগ্যতা বৃদ্ধিৰ বাবে চৰকাৰে এই প্ৰচেষ্টা অধিক গতিশীল কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা ২০২২ বৰ্ষৰ ১৩২ৰ পৰা ২০২...