August 22, 2026 1:34 PM

views 33

গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল-সংগঠনৰ প্রতিক্রিয়া

গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূখণ্ড হিচাপে দেখুওৱাক লৈ বিভিন্ন দল-সংগঠনে প্রতিক্রিয়া ব্যক্ত কৰিছে। অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৱর্তী ককচিন চেক গে'টৰ পৰা ঐৰামঘাটলৈ প্ৰায় ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত অঞ্চলৰ অসমৰ ভূমি অৰুণাচল প্ৰদেশৰ ভূখণ্ড হিচাপে দেখুওৱা হৈছে। তদুপৰি সীমান্তৱর্তী কেমি গাঁও সম্পূৰ্ণৰূপে অৰুণাচল প্ৰদেশৰ অন্তর্ভুক্ত হিচাপে দেখুওৱাৰ লগতে প্ৰস্তাৱিত পবা বনাঞ্চল তথা ৫১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা অসমৰ ফালে থকা গাঁওসমূহৰ প্রায় ২০০ মিটাৰ পৰ্যন্ত ভূমিও...