September 16, 2026 11:27 AM
4
নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা
নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ব্ৰিটিছ উপ-উচ্চায়ুক্ত ড০ এন্ড্রু ফ্লেমিং আৰু ব্ৰিটেইনৰ ৯টা আগশাৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে অসম-ব্ৰিটেইন নগৰ আন্তঃগাঁথনি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়। বৈঠকত নগৰীয়া আন্তঃগাঁথনি, পৰিবহণ আৰু যাতায়াত, পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, জলবায়ু আৰু বানৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, স্বাস্থ্য আন্তঃগাঁথনি, কাৰিকৰী মান আৰু প্ৰতিষ্ঠানৰ সা...