October 23, 2026 8:42 PM

views 28

২০২৫ বৰ্ষৰ অসম বৈভৱ আৰু অসম সৌৰভ বঁটাসমূহ ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ আৰু অসম সৌৰভ বঁটাসমূহ ঘোষণা কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে বিশিষ্ট চিকিৎসক ডাঃ হর্ষ ভট্টাচার্যলৈ ২০২৫ বৰ্ষৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে। একেদৰে ২০২৫ বৰ্ষৰ অসম সৌৰভ বঁটাৰ বাবে চাৰিগৰাকী ব্যক্তিক বাচনি কৰা হৈছে। তেওঁলোক হৈছে- বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জী, পৰিৱেশবিদ পূর্ণিমা দেৱী বৰ্মন, বণ্যপ্রাণী বিশেষজ্ঞ তথা হস্তি চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা আৰু পদ্মশ্ৰী স...