July 9, 2026 12:16 PM

views 35

জাকাৰ্টাত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰ শক্তিশালী প্ৰদৰ্শন

জাকার্টাত অনুষ্ঠিত ১৯ আৰু ২৩ বছৰ অনুৰ্ধৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা বক্সাৰসকল শক্তিশালী প্ৰদৰ্শনেৰে উজলি উঠিছে। প্রতিযোগিতাখনৰ ২৩ বছৰ শাখাত কালি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহৰ অন্তত ভাৰতৰ ৯ গৰাকী খেলুৱৈয়ে ছেমি-ফাইনেলত প্ৰৱেশ কৰি পদক সুনিশ্চিত কৰিছে। কালিৰ খেলসমূহৰ মাজত ৫১ কেজি শাখাত তনু ৫৪ কেজি শাখাত নিশাই একপক্ষীয়ভাৱে নিজ নিজ প্রতিদ্বন্দ্বীক পৰাস্ত কৰাৰ বিপৰীতে ৫৭ কিল'গ্রাম শাখাত প্রাচী আৰু ৬০ কিলোগ্রাম শাখাত নিকিতা চান্দে আৰএছচি পদ্ধতিৰে জয়লাভ কৰে। এওঁলোকৰ উপৰি ৬৫ কিলো শাখাত কঠিন যু...