July 13, 2026 5:52 PM

views 12

আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে দেওবাৰে থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে

আছিয়ান ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলে কালি থাইলেণ্ডৰ বেংককত ম্যানমাৰৰ বিদেশ মন্ত্ৰীগৰাকীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ম্যানমাৰৰ প্ৰাক্তন কাউঞ্চেলৰ আং চান চ্যু কিৰ বৰ্তমানৰ স্থিতি আৰু আঞ্চলিক শান্তি পৰিকল্পনা ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। ২০২১ চনৰ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে আছিয়ান বিদেশ মন্ত্ৰী আৰু ম্যানমাৰৰ প্ৰতিনিধিৰ মাজত মুখামুখি বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত এখন সংবাদমেলত ফিলিপাইনৰ বৈদেশিক পৰিক্ৰমা অৱৰ সচিব মাৰিয়া থেৰেছা লাজাৰোৱে ম্যানমাৰৰ বিদেশ মন্ত্রী টি...