October 9, 2026 11:40 AM
1
ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা ল’বলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আহ্বান
২০৪৭ৰ পূৰ্বে আত্ম নিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্য পূৰণৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্রণী ভূমিকা লবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। কালি শোণিতপুৰ জিলাৰ জামুগুৰীহাটত থকা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত এটা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শিক্ষার্থীসকলক উদ্দেশ্যি তেওঁ কয়, যে যিখন দেশ বা ৰাজ্যই অধিক ৰপ্তানি আৰু কম আমদানি কৰে, সেইখনেই অর্থনৈতিকভাবে শক্তিশালী হয়। উৎপাদন বৃদ্ধি নকৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে ৰাজ্য এখন পিছ পৰি ৰয় বু...