August 5, 2026 4:54 PM
6
সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ’ল
সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ আজি ৭ বছৰ সম্পূৰ্ণ হ'ল। ২০১৯ চনৰ এই দিনটোতেই জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা ৩৭০ নম্বৰ অনুচ্ছেদ সংসদে বাতিল কৰিছিল। ইয়াৰ পূৰ্বে ৩৭০ নম্বৰ অনুচ্ছেদত উল্লেখ কৰা অনুসৰি পৃথক সংবিধান থকা জম্মু-কাশ্মীৰেই দেশৰ একমাত্ৰ ৰাজ্য আছিল। এয়া এটা অস্থায়ী ব্যৱস্থা আছিল যিয়ে ৰাজ্যখনক বিশেষ স্বায়ত্ত শাসনৰ অনুমতি প্ৰদান কৰিছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৭০ নম্বৰ অনুচ্ছেদ বাতিলৰ পাছত জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনসাধাৰণ বহুল ৰূপান্তৰৰ সাক্ষী হৈছে বুলি প্ৰকাশ কৰ...