October 24, 2026 12:01 PM
1
ভাৰতীয় সেনাৰ সহযোগত কেন্দ্ৰীয় গৃহ মন্ত্রালয়ৰ বিশেষ প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ
দেশৰ অসামৰিক প্ৰতিৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে ভাৰতীয় সেনাৰ সহযোগত এটা বিশেষ প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিব। এই কাৰ্যসূচীৰ অধীনত অসামৰিক প্ৰতিৰক্ষাৰ প্ৰধান প্রশিক্ষকসকলক বিশেষ প্রশিক্ষণ প্ৰদান কৰা হ'ব। দেশজুৰি এটা শক্তিশালী অসামৰিক প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তোলাই এই পদক্ষেপৰ মূল লক্ষ্য। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, প্ৰথম পৰ্যায়ত ১২খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত তিনিদিনীয়া প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হ'ব। এই ৰাজ্যসমূহ হ'ল জম্মু-কাশ্মীৰ, পঞ্জাব, ৰাজস্থান, গুজৰ...