August 14, 2025 6:44 PM

views 47

খিলঞ্জীয়া লোকসকলৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি কেবিনেটৰ সিদ্ধান্তমর্মে দুর্গম অঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ উদ্দেশ্যে এটা সুকীয়া সেৱা সেতু প’ৰ্টেল মুকলি কৰে। এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেলত ড° শৰ্মাই কয়, যে ৰাজ্যৰ স্থায়ী বাসিন্দা তথা খিলঞ্জীয়া লোকসকলেহে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব। অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰীৰ বয়স ২১ বছৰ হ'ব লাগিব। আবেদনকাৰীৰ বিৰুদ্ধে গোচৰ চলি থাকিলেও অনুজ্ঞাপত্র দিয়া নহ'ব। মানসিক আৰু শাৰীৰিকভাৱে সুস্থ লোককহে এই অ...