December 24, 2025 8:33 PM

views 45

আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত মন্ত্রী ভূপেন্দ্ৰ যাদৱৰ প্ৰতিক্ৰিয়া

আৰাৱলী পৰ্বতক লৈ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত সন্দৰ্ভত কোনো কোনো ৰাজনৈতিক দলে বিশেষকৈ কংগ্ৰেছে ভুল তথ্য বিয়পাইছে বুলি কেন্দ্রীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রী ভূপেন্দ্ৰ যাদৱে প্রকাশ কৰিছে। তেওঁ কয় যে এই দলসমূহে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক জানি-বুজি ভুলকৈ প্ৰচাৰ কৰিছে আৰু এই বিষয়টোক নিজৰ স্বাৰ্থত ৰাজনৈতিক অস্ত্র হিচাপে ব্যৱহাৰ কৰিছে। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা এটা আচুতীয়া সাক্ষাৎকাৰত কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধী পক্ষই সৃষ্টি কৰা এনে অপপ্ৰচাৰত জনসাধাৰণ ভোল নাযায়। শ্রীযাদৱে উচ্...