July 27, 2026 10:39 AM

views 20

APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে

সাম্প্রতিক বানত ক্ষতিগ্রস্ত অঞ্চলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড- APDCL-এ ৰাজ্যখনত সকলো পৰিস্থিতিতে নিৰাপদ আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা নিশ্চিত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, ধুবুৰী, বঙাইগাঁৱকে ধৰি কেইবাখনো জিলাত দেখা দিয়া বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত APDCL-এনে প্রচেষ্টা গ্রহণ কৰিছে। উল্লেখযোগ্য যে বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ সময়ত ৰাইজৰ সুৰক্ষাত অগ্ৰাধিকাৰ দি সতর্কতামূলক ব্যৱস্থা হিচাপে বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান বন্ধ ৰখা...

April 1, 2025 11:10 AM

views 40

আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা ১ টকালৈ হ্ৰাস

■ ৰাজ্যত আজিৰেপৰা ঘৰুৱা বিদ্যুৎ গ্রাহকৰ বাবে বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ প‍ইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হ'ব। সাধাৰণ গ্ৰাহকৰ উপৰি উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থাকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাব। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে আজিৰেপৰা তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময়, সন্ধ্যা আৰু নিশা এই তিনিটা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ'...

September 23, 2024 11:58 AM

views 79

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট ৰাজসাহায্য আগবঢ়োৱাৰ বাবে সৌৰশক্তি আহৰণ কৰাটো অধিক সুলভ হৈ পৰাৰ বাবে বিপুল সঁহাৰি পোৱা গৈছে। এ পি ডি চি এলৰ সূত্ৰই প্ৰকাশ কৰা মতে চাদৰ ওপৰত সৌৰ পেলেন স্থাপনৰ প্ৰতি গ্রহকৰ আগ্ৰহ যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এক কিলোৱাট সৌৰশক্তি পেনেল স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৩০ হাজাৰ টকা আৰু ৰাজ্য চৰকাৰে ১৫ হাজাৰ টকা ৰাজ সাহায্য দিয়াৰ...