June 28, 2026 11:21 AM

views 30

স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অর্জন কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলৰ প্রকাশ

বিগত ১২ বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্রী অনুপ্রিয়া পেটেলে প্রকাশ কৰিছে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অর্জন কৰিছে। তেওঁ কয়, যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা কাৰ্যসূচী- আয়ুস্মান ভাৰত, প্রধানমন্ত্রী জন আৰোগ্য যোজনাই দেশৰ প্রায় ৬২ কোটি...