August 18, 2026 8:21 PM

views 20

জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কার্যসূচী গ্ৰহণ

২ আগষ্টৰ পৰা দেশজুৰি অব্যাহত থকা নিচামুক্ত ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন প্রান্তত জনসাধাৰণক মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে বিভিন্ন কার্যসূচী অনুষ্ঠিত হৈছে। কেন্দ্রীয় যোগাযোগ ব্যুৰ' গুৱাহাটীৰ উদ্যোগত গোৱালপাৰা জিলাৰ পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ত আজিৰে পৰা নিচামুক্ত ভাৰত আৰু লোকপিয়ল ২০২৭ সন্দর্ভত সজাগতা কার্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে এখন প্রদর্শনীৰো আয়োজন কৰা হৈছে। কেন্দ্রীয় যোগাযোগ ব্যুৰ'ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপা শংকৰ যাদবে এই অনুষ্ঠানত উপস্থিত থাকি কাৰ্যসূচীৰ...