November 2, 2026 8:42 PM

views 2

ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়ত মহিলাসকলৰ বাবে এটি সুকীয়াকৈ মহিলা কোষ কোঠাৰ ব্যৱস্থা থাকিব লাগেঃ আঙুৰলতা ডেকা

অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা আজি বিশ্বনাথ জিলাত উপস্থিত হয়। বিশ্বনাথৰ নতুন আৱৰ্ত ভৱনত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে তেওঁ এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। এই বৈঠকত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে জিলাখনৰ প্ৰতিখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত আছিল। এই বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়ত মহিলাসকলৰ বাবে এটি সুকীয়াকৈ মহিলা কোষ কোঠাৰ ব্যৱস্থা থাকিব লাগে বুলি তেওঁ উল্লেখ কৰি মহিলাসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ...

December 4, 2025 6:57 PM

views 68

অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰাৰ লক্ষ্যৰে অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়

মহিলাসকলক সমস্যা সমাধানৰ ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগক সক্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আয়োগৰ অধ্যক্ষ আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা সজাগতামূলক মটৰ চাইকেল সমদল আজি বৰপেটাত উপস্থিত হয়। দুপৰীয়া দলটো জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত জিলা প্ৰশাসন, আৰক্ষী আৰু জিলা মহিলা আয়োগৰ বিষয়ববীয়াই তেওঁলোকক শুভেচ্ছা জনায়। ইয়াৰ পাছতে অনুষ্ঠিত এখন সভাত বৰপেটা জিলাত মহিলা আয়োগৰ কামকাজ কাজ পর্যালোচনা কৰা হয়। তদুপৰি জিলাখনত মহিলাৰ বিৰুদ্ধে অপৰাধ, নির্যাতন আদি ব্যৱস্থা সম্পৰ্কেও পর্যালোচনা কৰা হয়। আ...