September 12, 2026 10:56 AM
2
ৰাছিয়া আৰু ইৰানৰ ৰাষ্ট্ৰপতি, ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ সৈতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন, ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন আৰু ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছে কালি নতুন দিল্লীত এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু দুগৰাকী নেতাই ৰাজনীতি, বাণিজ্য আৰু অৰ্থনীতি, প্ৰতিৰক্ষা, শক্তি, মহাকাশ খণ্ড, দক্ষতা বিকাশ, আদিকে ধৰি ভাৰত-ৰাছিয়া সহযোগিতাৰ বিভিন্ন দিশৰ ব্যাপক পর্যালোচনা কৰে। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত, ব্লেক চিৰ আদি বিভিন্ন আঞ্চলিক আ...