June 18, 2026 3:27 PM
11
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা ১২ বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা গৃহমন্ত্রী অমিত শ্বাহৰ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ যোৱা ১২ বছৰক উন্নয়ন আৰু ঐতিহ্যৰ সংগমৰ সোণালী যুগ হিচাপে আখ্যা দিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে যোৱা ১২ বছৰত শ্ৰী ৰাম জন্মভূমি মন্দিৰ, কাশী-বিশ্বনাথ কৰিড'ৰ আৰু উজ্জ্বয়িন মহাকাল লোকৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু বিশ্বমানৰ যোগাযোগ, আন্তঃগাঁথনি প্রকল্প তথা মেক ইন ইণ্ডিয়াৰ দৰে উদ্যমসমূহে দেশৰ উন্নয়ন যাত্ৰাত গতি প্ৰদান কৰিছে। তেওঁ লগতে কয়, যে এই সময়ছোৱাত ১ কোটি নথিৰ ডিজিটেল ৰূপ প্ৰদান কৰা হৈছে আৰু ৬...