July 8, 2026 8:15 PM
4
সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ মন্ত্ৰী অমিত শ্বাহৰ নির্দেশ
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমান বন্দৰসমূহত যাত্রী সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেছন অর্থাৎ আপ্রবাসন প্রণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্রীশ্বাহে সকলো বিমান বন্দৰত স্বয়ংক্রিয় এক্স-ৰে ট্রে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ নির্দেশ দিয়ে। তেওঁ কয়, যে নতুন বিমান বন্দৰসমূহত এই প্ৰণালী স্থাপনৰ বাবে যথোচিত মান নির্ধাৰণ কৰা উচিত। তেওঁ লগতে যাত্রী আহ-যাহ আৰু অসামৰিক বিমান পৰিবৰণ সুৰক্ষা ব্যুৰ'ৰ সুৰক্ষা মান অনুযায়ী বর্তমা...