October 31, 2026 12:25 PM

views 4

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰযোজনা সংস্থা, প্রযোজক, কপিৰাইট অধিকাৰী আৰু কনটেণ্ট ক্রিয়েটৰৰ পৰা প্ৰস্তাৱৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনাতাঁৰ ধাৰাবাহিক, নাটক, ধাৰাবাহিক আলেখ্য, প্রামাণ্য আলেখ্য, কাহিনী কথন, ধাৰাবাহিক সৃজনিশীল শ্ৰব্য অনুষ্ঠান, পডকাষ্ট শৃংখলা, ধাৰাবাহিক কুইজ প্ৰতিযোগিতা, শাস্ত্রীয়, অর্ধশাস্ত্রীয়, লঘু আৰু লোকসংগীত আধাৰিত সংগীতৰ অনুষ্ঠানৰ প্ৰযোজনাৰ বাবে প্ৰযোজনা সংস্থা, প্রযোজক, কপিৰাইট অধিকাৰী আৰু কনটেণ্ট ক্রিয়েটৰৰ পৰা প্ৰস্তাৱৰ আহ্বান জনাইছে। এই অনুষ্ঠানসমূহ হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাত আকাশবাণীৰ প্ৰচাৰবিধি আৰু বাণিজ্যিক বিজ্ঞাপনবিধি মানি প্ৰস্তুত কৰা হ'ব লাগিব। একেদৰে ধাৰাবাহিক...