June 8, 2026 6:06 PM

views 25

আজি আকাশবাণীয়ে সম্পূৰ্ণ কৰিলে  ৯০ টা বছৰ

আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৩৬ চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতেই প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধবনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু ১৯৫৬ চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বর্তমান আকাশবাণীয়ে ৫৯১টা কেন্দ্ৰৰ পৰা ২৩ ভাষা আৰু ১৪৬টা উপ-ভাষাত দেশৰ ...

June 8, 2026 12:47 PM

views 21

আকাশবাণীৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিভিন্ন জনৰ শুভেচ্ছা জ্ঞাপন

আকাশবাণীয়ে আজি ৯০ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৩৬ চনৰ এই দিনটোতে ইণ্ডিয়ান ষ্টেট ব্রডকাষ্টিং ছাৰ্ভিচৰ নাম সলনি কৰি অল ইণ্ডিয়া ৰেডিঅ' হিচাপে নামকৰণ কৰা হৈছিল। দেশৰ সাংস্কৃতিক, তথ্য আৰু সম্প্ৰচাৰৰ ইতিহাসত আজিৰ দিনটো এটা বিশেষ ক্ষণ হিচাপে ধৰা হয়, কাৰণ এই দিনটোতেই প্ৰজন্মৰ পাছত প্ৰজন্মলৈ প্ৰতিধবনিত হোৱা এটা কণ্ঠৰ জন্ম হয়। স্বাধীনতাৰ পাছত অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্ৰুত সম্প্ৰসাৰণ হয় আৰু ১৯৫৬ চনত পুনৰ ইয়াৰ নাম সলনি কৰি আকাশবাণী ৰখা হয়। বর্তমান আকাশবাণীয়ে ৫৯১টা কেন্দ্ৰৰ পৰা ২৩ ভাষা আৰু ১৪৬টা উপ- ভাষাত দেশৰ...