December 17, 2025 12:57 PM

views 33

অসমত ভোটাৰ তালিকাৰ সংশোধনীৰ ব্যৱস্থা কৰাক লৈ ৰাজ্যসভাত নির্বাচন আয়োগক সাংসদ অজিত কুমাৰ ভূঞাৰ সমালোচনা

অসমত ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্রত নির্বাচন আয়োগে গ্রহণ কৰা ভূমিকাক সাংসদ অজিত কুমাৰ ভূঞাই সমালোচনা কৰিছে। ভালেমান সংবেদনশীল বিষয়ক লৈ দেশৰ আন ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বৈষম্যমূলক নীতি গ্রহণ কৰা বুলি অভিযোগ কৰি অসমৰ পৰা নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদগৰাকীয়ে এই সন্দর্ভত বিশেষকৈ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ প্ৰসংগ উল্লেখ কৰে। দেশৰ আন ১২ খন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী অর্থাত SIR ৰ ব্যৱস্থা কৰাৰ বিপৰীতে অসমৰ ক্ষেত্ৰত পুংখানুপুংখ সংশোধনীৰ পৰিবৰ্তে কেৱল ...