August 11, 2026 7:59 PM

views 12

মহিলাৰ ক্ষেত্রত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে মোবাইল এপ্লিকেচন মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে আজি মহিলাৰ ক্ষেত্রত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি কৰে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই এপ্লিকেচন বিকশাই তুলিছে। শ্রীমতী নেওগে সামাজিক মাধ্যমযোগে কয় যে বহিঃৰাজ্যত থকা অসমৰ মহিলাৰ উপৰি ৰাজ্যৰ মহিলালেও এই এপ্লিকেচনৰ জৰিয়তে ক্ষিপ্ৰতাৰে অভিযোগ দাখিল কৰিব পাৰিব। এপ্লিকেচনটোরে এই অভিযোগসমূহ সংশ্লিষ্ট পক্ষলৈ প্ৰেৰণ কৰি সময় মতে ব্যৱস্থা গ্রহণত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্...