September 9, 2026 8:07 PM

views 6

কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীর্ষ বিষয়াৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

কৃষিমন্ত্রী পীযুষ হাজৰিকা আজি জনতা ভৱনৰ কাৰ্যালয়ৰ সম্মিলন কক্ষত কৃষি বিভাগৰ আয়ুক্ত, কৃষি সঞ্চালক আৰু শীর্ষ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অসমত মাখনা খেতি আৰু ইয়াৰ অগ্রগতি সন্দর্ভত পর্যালোচনা কৰা হয়। সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে চলিত বৰ্ষত ৰাজ্যত প্রায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে ইতিমধ্যে উপযুক্ত অঞ্চল চিনাক্তকৰণ, বীজ বিতৰণ আৰু কৃষকসকলক প্রশিক্ষণ প্রদানৰ কাম চলি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অনাগত সময়ত...