October 6, 2026 12:10 PM
3
আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডীয় অখণ্ডতাৰ প্ৰতি ভাৰতৰ সমর্থন
ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভূখণ্ডীয় অখণ্ডতাৰ প্ৰতি সমর্থন জনাইছে। মস্কোত ৰাছিয়াই আয়োজন কৰা অষ্টম মস্কো ফর্মেট কনচালটেশ্যনত আফগান জনসাধাৰণৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতা সন্দর্ভত আলোকপাত কৰি ভাৰতীয় প্রতিনিধি দলৰ নেতৃত্বত থকা ৰাছিয়াৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু যুটীয়া সচিব ড° এম সুৰেশ কুমাৰে এইদৰে মত প্রকাশ কৰে। এই আলোচনাত ৰাছিয়া, ভাৰত, ইৰাণ, কাজাখস্তান, চীন, কির্গিস্তান, পাকিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু আফগানিস্তানৰ বিদেশ মন্ত্রী আমিৰ খান মুত্তকীয়ে দে...