July 9, 2026 2:25 PM

views 11

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী, প্ৰতিৰক্ষা মন্ত্ৰীৰ শুভেচ্ছা

অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো শিক্ষার্থী তথা কর্মচাৰীসকললৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রী শ্বাহে কয়, যে স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্রাণিত হৈ এই সংস্থাই ছাত্র শক্তিক সংগঠিত কৰি যুৱচামৰ মাজত দেশপ্ৰেমৰ ভাৱনা জগাই তুলিছে। তেওঁ কয়, যে কোনো জৰুৰীকালীন সময়তে হওঁক বা উত্তৰ-পূৰ্বাঞ্চলৰ অনুপ্ৰৱেশৰ সমস্যাই হওঁক, বিদ্যার্থী পৰিষদে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিবলৈ সদ...