June 30, 2026 6:36 PM

views 9

কাইলৈ আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ‘ওপজা দিনৰ সুৱাস’ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ‘ওপজা দিনৰ সুৱাস' শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া চাৰে ৬ বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্রীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীতাৰত লঘু সংগীতৰ সুৰ আৰু মনজ্যোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্রকাশিত ‘আকাশী’ আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ ৯০ বছৰ উপলক্ষ...

July 1, 2024 12:39 PM

views 29

আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আজি বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আজি বিভিন্ন কাৰ্যসূচীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ গাথা শীৰ্ষক এখন আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। আলোচনাচক্ৰত নেডফিৰ কাৰ্যবাহী সঞ্চালক এছ কে বৰুৱা, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিবেশ আৰু বহনক্ষমতা শাখাৰ মুৰববী সিদ্ধাৰ্থ ফুকন, ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বিভাগৰ...