July 19, 2026 11:38 AM

views 16

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা ঘোষণা; যদুমণি দত্তৰ জুইফুল-ৰ শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ কালি ঘোষণা কৰা হয়। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যৰ বাবে চলচ্চিত্ৰখনৰ পৰিচালকসহ সকলো শিল্পী আৰু কলা-কুশলীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্রীয়ে কয়, যে জুইফুলৰ সফলতাই অসমৰ যুৱ চলচ্চিত্র নির্মাতাসকলক ডাঙৰ সপোন দেখিবলৈ আৰু বিশ্ব দৰবাৰত অসমীয়া কাহিনী অধিক আত্মবিশ্বাসেৰে উপস্থাপন কৰিবলৈ অনুপ্রাণিত কৰিব। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা...