September 23, 2026 11:08 AM

views 1

৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কালি গুজৰাটৰ একতা নগৰত আয়োজিত এটা অনুষ্ঠানত ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ প্ৰদান কৰে। বিশিষ্ট পৰিচালক যদুমণি দত্তৰ জুইফুল-য়ে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰে। অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাক লৈ নিৰ্মাণ কৰা জুইফুলৰ চিত্ৰনাট্য নিজৰা ৰাজকুমাৰী আৰু সহ-প্রযোজনা ৰীতা দত্ত আৰু নন্দিনী শৰ্মা দত্তৰ। বঁটা গ্ৰহণ কৰাৰ পাছতে পৰিচালক যদুমণি দত্তই এনেদৰে মনৰ ভাৱ ব্যক্ত কৰে। অনুষ্ঠানত কিংবদন্তী অভিনেতা অনন্ত নাগক ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা উল্লে...